DeoriAutonomousCouncil(DAC)

Loading

All posts by dacassam

INDIBOR DEORI SCHOLARSHIP SCHEME

INDIBOR DEORI SCHOLARSHIP SCHEME FOR CIVIL SERVICES ( UPSC & APSC ) ASPIRANTS 2024-2025
Under Deori Autonomous Council – DAC
Online Applications are invited from eligible Candidates for the Selection of Students to attend Coaching classes for the Civil Services Examination to be conducted by the Deori Autonomous Council in Collaboration with SPM IAS ACADEMY.
Last Date of Registration – 02/02/2024
Date of Selection Test – 04/02/2024
Venue – Dhemaji Girls College, Dhemaji
Or Scan the QR code

 

দেউৰী সাহিত্য সভাৰ ভৱন

অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়াই অসম চৰকাৰৰ অনিৰ্ধাৰিত পুঁজি আৰু দেউৰী স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত নিৰ্মাণ কৰা দেউৰী সাহিত্য সভাৰ ভৱনটি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য শ্ৰী ভৈৰৱ দেউৰী ডাঙৰীয়া, দেউৰী সাহিত্য সভাৰ সভাপতি শ্রীষড়ানন দেউৰী ডাঙৰীয়া আৰু সন্মানীয় দেউৰী পূজাৰী সকলৰ উপস্থিতিত শুভ উদ্বোধন কৰে |

প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানৰ কিছু মূহুৰ্ত

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী ভৈৰৱ দেউৰী ডাঙৰীয়াৰ নেতৃত্বাধীন পৰিষদৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানৰ কিছু মূহুৰ্ত। অনুষ্ঠানৰ মুখ্য অতিথি ৰূপে উপস্থিত আছিল অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া ।

Project Super-50

An Initiative by TAKSHASHILA; School of Civil Services
Interested Aspirants can apply
Super 50 is a flagship project of the DAC government to help students from the DAC region get admission into the prestigious IITs and NITs.