This website uses cookies to ensure you get the best experience on our website. Learn More
flag-india
azadi-logo
G20-removebg-dac
admin@dacassam.org.in
Blog
govtlogo
Indepedence Day 2024

আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰী ভৈৰৱ দেউৰী ডাঙৰীয়াই দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিশিষ্ট লোকশিল্পী তথা দেউৰী জনগোষ্ঠীৰ প্ৰথমগৰাকী জনপ্ৰিয় সংগীত শিল্পী সন্মানীয় শ্ৰী চক্ৰপতি দেউৰী ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰি পৰিষদৰ তৰফৰ পৰা তেখেতক কিছু আৰ্থিক অনুদান প্ৰদান কৰে ।